সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ চিৰাং জিলা সমিতিয়ে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত এক বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰে,অনুষ্ঠানত আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱী, সমাজসেৱক,গাঁওবুড়া আৰু শিক্ষিত যুৱক যুৱতী সকলৰ উপস্থিতিত জনগোষ্ঠীৰ বিভিন্ন সমস্যা লৈ আলোচনা কৰে,চিৰাং জিলা আছাৰ সম্পাদক ৰাইছান টুডু কয় যে বিজেপি ২০১৬ চনত কৈছিল যে বিজেপি চৰকাৰ আহিলে আদিবাসী সকলৰ ভাল দিন আহিব কিন্তু চৰকাৰ আহিল কিন্তু ভাল দিন নাহিল।