Download Now Banner

This browser does not support the video element.

চেঙা: চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ নৱ নিৰ্মিত তোৰণ উদ্বোধন কৰে অসমৰ শিক্ষা মন্ত্ৰী ডা° ৰোণোজ পেগুয়ে

Chenga, Barpeta | Sep 10, 2025
চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত বুধবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয় পৰিসৰত নৱ নিৰ্মিত তোৰণটো উদ্বোধন কৰে অসমৰ শিক্ষা মন্ত্ৰী ডা° ৰোণোজ পেগুয়ে । উক্ত তোৰণটো দান কৰিছে সমাজসেৱী অজিত কুমাৰ নাথ আৰু তেওঁৰ পত্নী শশীপ্ৰভা ডেকাই। শিক্ষা মন্ত্ৰীয়ে এই শুভ কাৰ্যৰ প্ৰশংসা কৰি কয় এনে দান সমাজত নতুন পথ প্ৰদৰ্শন কৰে।
Read More News
T & CPrivacy PolicyContact Us