Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত গছ কাটি তহিলং কৰিছে ঠিকাদাৰে, অসমীয়া যুৱ মঞ্চৰ এজাহাৰ দাখিল
Sibsagar, Sivasagar | Jun 12, 2025
জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত গছ কাটি তহিলং কৰিছে ঠিকাদাৰে , অসমীয়া যুৱ মঞ্চৰ এজাহাৰ । শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত থকা বহু পুৰণি গছ কাটিলে ঠিকাদাৰে চিকিৎসালয়ৰ আন্ত:গাঁঠনি উন্নয়নৰ বাবে । এই সন্দৰ্ভত আটাছুকে আদি কৰি দল সংগঠনে ক্ষোভ উজাৰিছে সংবাদ মাধ্যমৰ আগত । তদুপৰি এই সন্দৰ্ভত জয়সাগৰ আৰক্ষী চকীত এজাহাৰো দাখিল কৰে অসমীয়া যুৱ মঞ্চই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!