Download Now Banner

This browser does not support the video element.

বইটামাৰী: চলন্তাপাৰাস্থিত মহাত্মা গান্ধী মহাবিদ্যালয়ৰ সন্মূখত গোৱালপাৰা মহাবিদ্যালয় কাণ্ডৰ বিৰুদ্ধে ছাত্ৰসকলৰ প্ৰতিবাদ

Boitamari, Bongaigaon | Sep 13, 2025
শনিবাৰে চলন্তাপাৰাস্থিত মহাত্মা গান্ধী মহাবিদ্যালয়ৰ সন্মূখত গোৱালপাৰা মহাবিদ্যালয় কাণ্ডৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।  NSUI প্ৰক্ষেপিত ছাত্ৰ একতা সভাৰ সদস‍্য গৰাকীৰ কৰ্মকাণ্ডত ক্ষোভ প্ৰদৰ্শন ছাত্ৰ ছাত্ৰীৰ ।নাৰী নিৰ্যাতন বন্ধ কৰক , নাৰীক সুৰক্ষা প্ৰদান কৰক আদি বিভিন্ন প্ৰতিবাদী প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । ঘটনাৰ উচিত তদন্তৰ দাবীৰ লগতে দোষীক উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলে।
Read More News
T & CPrivacy PolicyContact Us