Download Now Banner

This browser does not support the video element.

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিজেপিৰ যোগদান সভাত অৰ্ধশতাধিকৰ বিজেপি দলত যোগদান

Goreswar Part, Baksa | Aug 18, 2025
সোমবাৰে আবেলি ৩ মান বজাত গোৰেশ্বৰৰ উত্তৰ চেউনীত অনুষ্ঠিত হয় বিজেপি দলৰ যোগদান সভা।গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন।সভাত বিপিএফ আৰু ইউপিপিএল দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে অৰ্ধশতাধিক লোকে।সভাত জিলা বিজেপিৰ উপসভাপতি জিনাৰাম বড়ো আৰু এছ টি মৰ্চাৰ জিলা সাধাৰণ সম্পাদক দেৰহাচাৎ নাৰ্জাৰীয়ে উপস্থিত থাকি ভাষণ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us