Download Now Banner

This browser does not support the video element.

মানকাচৰ: মানকাচৰত "বিধায়ক উন্নয়ন পুঁজি" ৰ পৰা আৱন্টিত ধনেৰে তিনিটা পথ আৰু এটা গৰাখহনীয়া ৰোধৰ বাবে পথ শুভ উদ্বোধন কৰে বিধায়কে

Mankachar, South Salmara-Mankachar | Aug 31, 2025
দেওবাৰে বিয়লি প্ৰায় এক মান বজাত মানকাচৰত "বিধায়ক উন্নয়ন পুঁজি" ৰ পৰা আৱন্টিত ধনেৰে নিৰ্মাণ হোৱা তিনিটা পথ আৰু এটা গৰাখহনীয়া ৰোধ তথা পথৰ শুভ উদ্বোধন কৰে বিধায়ক আমিনুল ইছলামে । ঝগৰাৰচাৰৰ ৰেজাউল কৰিমছ্ হাউছ পথ।আবু নুৰ হাউছৰ পৰা ছফিউৰ ৰহমান হাউছৰ পথ।সাহাপাৰা PWD Road ৰ পৰা ৰাজু চাহানী হাউছ পথ। ছাদ্দুল্লাহবাৰীৰ পাহাৰতলীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু পথৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে । উল্লেখ্য যে বিগত দিনত উক্ত অঞ্চলসমূহৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাস
Read More News
T & CPrivacy PolicyContact Us