Download Now Banner

This browser does not support the video element.

নগাঁও: জুবিন দাৰ শেষ যাত্ৰাত ঢোলে , তালে শ্ৰদ্ধাঞ্জলি নগাঁও বিহুৱা বিহুৱাতীৰ

Nagaon, Nagaon | Sep 22, 2025
জুবিন দাৰ শেষ যাত্ৰাত ঢোলে , তালে শ্ৰদ্ধাঞ্জলি নগাঁও বিহুৱা বিহুৱাতীৰ নগাঁও বিহুৱা বিহুৱাতীৰ সৌজন্যত সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ শেষ যাত্ৰাত নগাঁৱৰ সমুহ বিহুৱা বিহুৱতীৰ তৰফৰ পৰা ঢোল, তাল, খোল, পেপা,বৰতালেৰে শ্ৰদ্ধাঞ্জলি জনায়। উপস্থিত থাকি অনুষ্ঠানটিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰিকলং বাসী ৰাইজৰ লগতে , excellence taekwondo academy ল কৰ্মকৰ্তাৰ লগতে প্ৰশিক্ষাৰ্থী সকলে । লগতে হাতে হাতে মʼম লৈ নগাঁও চহৰৰ বিভিন্ন পথৰ মাজেৰে ৰেলি পৰিক্ৰমা কৰে।
Read More News
T & CPrivacy PolicyContact Us