Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মাজুলী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ ইএম সঞ্জীত তান্তীয়ে

Udalguri, Udalguri | Aug 22, 2025
২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰৌৎচাহন যোজনাৰ অধীনত জিলা খনৰ মাজুলী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিআৰৰ ইএম সঞ্জীত তান্তীয়ে। আনহাতে উক্ত কাৰ্যসূচীত ইএম গৰাকীৰ সতে অতিৰিক্ত আয়ুক্ত কাশ্যপী কাশ্যপ, বাগিচাৰ পৰিচালক, আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us