Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: নতুনপাৰাত সংঘটিত পথ দুৰ্ঘটনা, অধিক বোঝা লৈ যোৱা ফলত পথত বাগৰি পৰে ই ৰিক্সা, চালক আহত
Bongaigaon Part, Bongaigaon | Aug 22, 2025
শুক্ৰবাৰে বঙাইগাঁও নতুনপাৰাত সংঘটিত পথ দুৰ্ঘটনা । ই ৰিক্সাত অধিক বোঝ লৈ যোৱা সময়ত নতুনপাৰাৰ পথৰ বাগৰি পৰে ই ৰিক্সা, যাৰ ফলত চালক গৰাকী আহত হয়। জানিব পৰা মতে স্থানীয় লোকে আহত চালক গৰাকীক চিকিৎসালয়ত প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!