This browser does not support the video element.
হোজাই: দক্ষিণ বিদ্যানগৰত সীমা বিবাদকলৈ দুই পক্ষৰ মাজত মাৰপিটৰ ঘটনা, আহত ৰূপালী মণ্ডল আৰু কৃষ্ণকান্ত ৰয়
Hojai, Hojai | Sep 8, 2025
হোজাইৰ দক্ষিণ বিদ্যানগৰত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।মাৰপিটত গুৰুতৰভাৱে আহত ৰূপালী মণ্ডল আৰু কৃষ্ণকান্ত ৰয়।ঘটনা সন্ধৰ্ভত সোমবাৰে বিয়লি ৪বজাত হোজাই আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰে এজাহাৰ।উল্লেখ্য পূৰ্বৰ পৰাই গৌতম দেৱনাথৰ সৈতে সীমা বিবাদ আছিল কৃষ্ণকান্ত ৰয়ৰ।আজি ঘৰত কাম কৰি থকা অৱস্থাতে কৃষ্ণকান্ত ৰয় আৰু তেওঁৰ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে গৌতম দেৱনাথে।ঘটনা সন্ধৰ্ভত ভুক্তভোগী পৰিয়ালে হোজাই আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।আৰক্ষীৰ তদন্তৰ পিছতেই সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আ