Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: 'কাজলগাঁও সমষ্টিত ইউপিপিএলৰ ভেটি বহুত মজবুত', চাপাগুৰীত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য

India | Aug 24, 2025
আজি চিৰাং জিলাৰ চাপাগুৰীত প্ৰাক্তন মন্ত্ৰী তথা ইউপিপিএল নেতা চন্দন ব্ৰহ্মৰ মন্তব্য কাজলগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ ভেটি বহুত মজবুত ৰাইজৰ সহাৰি যথেষ্ট আছে ইউপিপিএল দলৰ প্ৰতি ,জয়ী হ'বলৈ চিন্তা কৰিবলগা একো নাই বুলি কয় চন্দন ব্ৰহ্মই।
Read More News
T & CPrivacy PolicyContact Us