This browser does not support the video element.
তিনিচুকীয়া: সদৰত নিৰ্মীয়মান অৱস্থাত থকা আই অ' চি ৰে'লৱে উৰণ সেতুৰ কামৰ পৰিদৰ্শন বিধায়ক সঞ্জয় কিষাণৰ
Tinsukia, Tinsukia | Aug 23, 2025
শনিবাৰে বিয়লি প্ৰায় ৪ বজাত তিনিচুকীয়াত নিৰ্মীয়মান অৱস্থাত থকা আই অ' চি ৰে'লৱে উৰণ সেতুৰ কামৰ পৰিদৰ্শন কৰে বিধায়ক সঞ্জয় কিষানে । ২০১৯ চনতে আধাৰশিলা স্থাপন হোৱা তিনিচুকীয়া আই অ' চি ৰে'লৱে উৰণ সেতুৰ কাম অতি লেহেমীয়া গতিত চলাটো দুৰ্ভাগ্যজনক ,ৰাইজৰ সুচল চলাচলৰ বাবে এই কাম তৎপৰতাৰে ত্বৰান্বিত হোৱাটো অত্যন্ত প্ৰয়োজনীয় হোৱাৰ হেতু আজি বিভাগীয় ঠিকাদাৰৰ সৈতে কথা পাতি সেতুখনৰ যাৱতীয় কাম ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক গৰাকীয়ে ।