Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ছালাকাটি সাৰ্বজনীন ৰাধাগোবিন্দ আশ্ৰম প্ৰাংগনত বিটিচি পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীয়ে ৰাইজৰ সৌতে মতবিনিময় কৰে

Kokrajhar Part, Kokrajhar | Aug 22, 2025
শুক্ৰবাৰ দিনা ৰাতিপুৱা ১০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত ছালাকাটি সাৰ্বজনীন ৰাধাগোবিন্দ আশ্ৰম প্ৰাংগনত বিপিএফৰ জিলা সভাপতি তথা বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীয়ে দূৰ্গা মন্দিৰত পূজা-অৰ্চনা কৰি দেৱীৰ আশিৰ্বাদ লৈ আৰু স্থানীয় ৰাইজৰ সৌতে মতবিনিময় কৰি আগন্তুক বিটিচি নিৰ্বাচনত সহায় সহযোগিতা আগবঢ়ালে আহ্বান জনায়
Read More News
T & CPrivacy PolicyContact Us