This browser does not support the video element.
নগাঁও: 'বিধায়ক অখিল গগৈৰ অন্তৰতো বিজেপি জিন্দাবাদ কৈ থাকে', চামগুৰিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য
Nagaon, Nagaon | Aug 4, 2025
বিধায়ক অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিয়া সন্দৰ্ভত চামগুৰিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য । বিধায়ক অখিল গগৈৰ ভিতৰটো বিজেপি জিন্দাবাদ জিন্দাবাদ কৰি থাকে ।এয়া ৰাইজৰ স্বতঃস্ফূৰ্ত প্ৰকাশ বিজেপি জিন্দাবাদ কোৱাটো ৷ অখিল গগৈ মুখৰ হাঁহিয়েই কয়ে যে ভিতৰত বিজেপি বিজেপি কিন্ত প্ৰকাশ কৰিব হে কৰিব নোৱাৰে বুলি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই বিধায়ক অখিল গগৈক সমালোচনা কৰে ।