Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: বিধায়ক অখিল গগৈৰ নেতৃত্বত দোলাকাষৰীয়া গাঁও পঞ্চায়তত ৰাইজৰ দলৰ জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী

Sibsagar, Sivasagar | Aug 26, 2025
বিধায়ক অখিল গগৈৰ নেতৃত্বত দোলাকাষৰীয়া গাঁও পঞ্চায়তত ৰাইজৰ দলৰ জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী । শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত আজিৰ পৰা এটা সপ্তাহৰ পূৰ্বে ঐতিহাসিক ৰংঘৰত সেৱা জনাই ৰাইজৰ দলে আৰম্ভ কৰিছিল জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী । এই কাৰ্যসূচীৰ অংশ হিচাপে লোৱাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত জনসাধাৰণৰ সতে মত বিনিময় কৰি বিধায়ক গৰাকীয়ে আশীৰ্বাদ গ্ৰহণ কৰে জেষ্ঠ জনৰ পৰা ।
Read More News
T & CPrivacy PolicyContact Us