Install App
bpranjal752
This browser does not support the video element.
নগাঁও: পুৰণিগুদাম কেন্দ্ৰীয় নাগৰিক মঞ্চৰ উদ্যোগত শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত
Nagaon, Nagaon | Oct 5, 2025
পুৰণিগুদাম কেন্দ্ৰীয় নাগৰিক মঞ্চৰ উদ্যোগত দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত পুৰণিগুদামৰ সকলো সামাজিক,সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে পুৰণিগুদাম বাসী ৰাইজৰ একত্ৰিত প্ৰচেষ্টাত দেওবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেবৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয় যত উপস্থিত থাকে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক সকলে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!