Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বাৰেকুৰিত খিলাং উৎসৱ উদযাপন

Tinsukia, Tinsukia | Aug 23, 2025
বৰগাঁও প্ৰাকৃতিক চাহ উৎপাদন সমিতি আৰু অসম কৃষি বিশ্ব বিদ্যালয় চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ তত্বাৱধানত অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড ,অইল ইণ্ডিয়া লিমিটেড ,দুলীয়াজানৰ সহযোগত পুৰণি মতাপুং গাওঁ অষ্টভুজ প্ৰকল্পৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে খিলাং উৎসৱ উদযাপন কৰিছে । খিলাং চাহৰ গুণগত বৈশিষ্ট্য,জৈৱিক প্ৰদ্ধতিৰ উৎপাদনক বিশ্ব বজাৰমূখী কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই উৎসৱৰ লগত সংগতি ৰাখি দুপৰীয়া প্রায় ১ বজাত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ।।
Read More News
T & CPrivacy PolicyContact Us