Download Now Banner

This browser does not support the video element.

নগাঁও: নগাওঁ বিশ্ব বিদ্যালয়ৰ সমীপত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত

Nagaon, Nagaon | Oct 5, 2025
নগাঁৱত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়।অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও ৰাইজৰ সহযোগত প্ৰাক্তন সতীৰ্থ কণ্ঠ, সাংস্কৃতিক বিপ্লৱী জুবিন গাৰ্গৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰিয় শিল্পী জুবিন গাৰ্গক। হিয়াৰ আমঠু অমৃত কণ্ঠ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন নগাঁৱৰ নগঞাৰ।
Read More News
T & CPrivacy PolicyContact Us