This browser does not support the video element.
বাক্সা: সুৱণশ্ৰীত গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
Baska, Baksa | Aug 27, 2025
আজি বাক্সা জিলাৰ সুৱণশ্ৰীত অনুষ্ঠিত প্ৰচাৰ সভাত উপস্থিত থাকি দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা দুবাৰকৈ পাৰিষদ হোৱা ঘনশ্যাম দাসে কয় যে, তেওঁ তৃতীয়বাৰৰ বাবে পাৰিষদ হ'ব । ৰাইজে তেওঁক আকোঁৱালি লৈছে । দিহিৰাত বিজেপি, ইউপিপিএলে এতিয়ালৈ প্ৰাৰ্থী দিবই পৰা নাই ।