This browser does not support the video element.
ডুমডুমা: খোৱাং পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডত পথৰ দুৰৱস্থাত অতিষ্ঠ অঞ্চলৰ ৰাইজ, সমস্যা সমাধানৰ দাবী #jansamasya
Doom Dooma, Tinsukia | Sep 2, 2025
খোৱাং পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডত আজিৰ একবিংশ শতিকাৰ সময়চোৱাতো হৈ নুঠিল পকী বাট পথ। খোৱাং পঞ্চায়তৰ আহোবাৰী পকালাইনৰ মূল বাট পথটো আজিও বোকাৰে পুত গৈ থকাত ৰাইজে যাতায়তত দুৰ্ভোগ ভুগি অহাৰ লগতে ৰোগীৰ বাবে এম্বোলেন্স ও এইখন গাওঁত সোমাবলৈ সাহস নকৰে। স্কুলীয় বিদ্যাৰ্থী আৰু কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে যুগ যুগ ধৰি আহুকালত ভূগী আহি আজি পর্যন্ত পোৱা নাই পৰিত্ৰাণ। সেয়ে মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত সমুহ ৰাইজে একগোট হৈ বিধায়ক বলীন চেতিয়াক পথৰ মেৰামতি কৰি দিবলৈ আহ্বান কৰে