This browser does not support the video element.
আজাৰা: মিৰ্জাত চুৰি কৰি থকা অৱস্থাত হাতে লুটে ধৰা পৰিল এগৰাকী মহিলা ।
Azara, Kamrup Metropolitan | Oct 8, 2025
মিৰ্জাত চুৰি কৰি থকা অৱস্থাত হাতে লুটে ধৰা পৰিল এগৰাকী মহিলা । নিৰ্মীয়মান এটি প্ৰতিষ্ঠানত লোৰ সামগ্ৰী চুৰি কৰি থাকোতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰে মহিলা গৰাকীক । স্হানীয় লোকে মহিলাগৰাকীক হাতে লোটে ধৰি আৰক্ষীক সমজাই দিয়ে ।