Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ফটাশিমলুত ইউপিপিএলৰ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, উপস্থিত থাকে বিটিআৰৰ ইএম নিলোৎ স্বৰ্গীয়াৰি

Udalguri, Udalguri | Aug 30, 2025
ওদালগুৰি জিলাৰ ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফটাশিমলুত ইউপিপিএলৰ দলে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি বজালে নিৰ্বাচনী ৰণদংকা। ইপিনে দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় অৰ্ধ শতাধিক সংখ্যালঘু পুৰুষ মহিলাই আনুষ্ঠানিক ভাৱে ইউপিপিএলৰ দলত যোগদান কৰে। আনহাতে নতুন সদস্যক গামোচা পিন্ধাই দললৈ আদৰণি জনালে বিটিআৰৰ ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে। ইপিনে উক্ত কাৰ্যসূচীত ইএম গৰাকীৰ সতে ইউপিপিএলৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us