Download Now Banner

This browser does not support the video element.

ওদালগুৰি: নাচনশালী বাথৌ থানচালিত অনুষ্ঠিত হয় বাথৌ ধৰ্মীয় অনুষ্ঠান, উপস্থিত থাকে বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰী

Udalguri, Udalguri | Oct 7, 2025
জিলা খনৰ নাচনশালিৰ গোপীপুৰ বাথৌ থানচালিত বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্মীয় লোকসকলে প্ৰতি মঙ্গলবাৰে অনুষ্ঠিত কৰে ধৰ্মীয় অনুষ্ঠান। উক্ত বাথৌ ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীয়ে। ইপিনে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে বাথৌ থানচালি পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলৰ বাথৌ ধৰ্মীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us