This browser does not support the video element.
তিনিচুকীয়া: টিংৰাই বঙালী গাঁৱত এজন ব্যক্তিৰ মটৰ চাইকেল চোৰৰ ঘটনা ,মাকুম থানাত এজাহাৰ দাখিল
Tinsukia, Tinsukia | Sep 6, 2025
টিংৰাই বঙালী গাঁৱত এজন ব্যক্তিৰ মটৰ চাইকেল চোৰৰ ঘটনা । যোৱা ৫ ছেপ্টেম্বৰ তাৰিখে নিশা ঘৰৰ সন্মুখত থোৱা অৱস্থাৰ পৰা চোৰে চুৰি কৰি লৈ যায় A S 23 AG 8303 নম্বৰৰ পালচাৰ ১২৫ মটৰ চাইকেল খন । চুৰি কাৰ্যৰ সন্দৰ্ভত মাকুম থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি শনিবাৰে দুপৰীয়া প্রায় ২ বজাত সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে ব্যক্তিগৰাকীয়ে । মটৰ চাইকেল খনতে দিন হাজিৰা কৰিবলৈ অহা যোৱা কৰা ব্যক্তিজনৰ এনেদৰে চুৰি হোৱাত উপাইবিহীন হৈ পৰিছে ব্যক্তিজনে ।