মৰিগাঁও: বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে দন্দুৱা মাজগাঁৱৰ এটি পথৰ হৈছে বিধ্বস্ত ৰূপ, যাতায়তৰ উপযোগী কৰি দিবলৈ আহ্বান ৰাইজৰ #jansamasya