This browser does not support the video element.
গোলাঘাট: সোমবাৰ তথা কালিৰ পৰা নগা লোকক সামগ্ৰী যোগান নধৰাৰ হুংকাৰ মেৰাপানীত নিখিল বড়ো ছাত্ৰ ফেডাৰেচনৰ লগতে বিভিন্ন দল সংগঠনৰ
Golaghat, Golaghat | Aug 31, 2025
কালিলৈ অৰ্থাৎ সোমবাৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে হ'ব অৰ্থনৈতিক অৱৰোধ। দেওবাৰে দিনৰ প্ৰায় ২ বজাত মেৰাপানীত হুংকাৰ নিখিল বড়ো ছাত্ৰ ফেডাৰেচন আৰু গোৰ্খা ছাত্ৰ সন্থাৰ l নাগালেণ্ডৰ ১১ খনকৈ ভিলেজ কাউন্সিলে অসমৰ লোকক প্ৰবেশত বাধা আৰোপ কৰি জাননী প্ৰেৰণ কৰাক লৈ মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতেই মেৰাপানীৰ দয়ালপুৰত আদিবাসী ছাত্ৰ সন্থা,নিখিল বড়ো ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাই শীঘ্ৰে জাননী উঠাই লোঁৱাৰ দাবী।