Download Now Banner

This browser does not support the video element.

কলগাছিয়া: কলগাছিয়াত কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্রাম সমিতিৰ ৩০ জনীয়া কমিটি গঠন

Kalgachia, Barpeta | Sep 28, 2025
কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্রাম সমিতিয়ে পুৰণি কমিটি ভংগ কৰি নতুন কমিটিখন ৰবিবাৰে পুনৰ গঠন কৰা হয় ৷ কাৰ্য্যসুচীৰ আৰম্ভণিতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি আৰু এক মিনিত মৌন প্ৰাৰ্থনা জনাই তেখেতক স্মৰণ কৰা হয়৷ হজৰত আলী, মহৰ সৰকাৰক সভাপতি আৰু শুকুৰ আলম, তোতা মিয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ জনীয়া কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্রাম সমিতি সমিতিখন গঠন কৰা হয় ৷
Read More News
T & CPrivacy PolicyContact Us