Download Now Banner

This browser does not support the video element.

নগাঁও: বৰহিছা গাঁৱত চুৰিকাণ্ড,নিৰাপত্তাহীনতাত ভুগিছে খিলঞ্জীয়া লোক, চুৰে সৰ্বস্বান্ত কৰিলে বিধবা মহিলাৰ ঘৰ

Nagaon, Nagaon | Sep 11, 2025
বটদ্ৰৱাত ধাৰাবাহিক চুৰিকাণ্ড, নিৰাপত্তাহীনতাত ভুগিছে খিলঞ্জীয়া লোক, চুৰে সৰ্বস্বান্ত কৰিলে বিধবা মহিলাৰ ঘৰ,বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত মন্তব্য ভুক্তভোগী পৰিয়ালটোৰ ।নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলত ধাৰাবাহিক চুৰিকাণ্ডৰ ঘটনাই সৰ্বসাধাৰণ মানুহৰ নিদ্ৰাহৰন কৰিছে। এইবাৰ চুৰিৰ ঘটনা বৰহিছা গাঁৱৰ মালা বৰুৱা নামৰ বিধবা মহিলাৰ ঘৰ। কিছুদিন পূৰ্বে ঘৰুৱা অনুষ্ঠানৰ বাবে মহিলাগৰাকী গুৱাহাটীলৈ গৈছিল। বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ পৰা ঘুৰি আহি ঘৰৰ ভিতৰত সোমাই হতভম্ভ হৈ পৰে।
Read More News
T & CPrivacy PolicyContact Us