Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: তামাৰহাটত ঠায়ে ঠায়ে উৰিল কলা পতাকা, আক্ৰাছুয়ে প্ৰতাৰণা দিৱস হিচাপে উৰালে কলা পতাকা
Dhubri Part, Dhubri | Aug 28, 2025
বিভিন্ন চৰকাৰী কাৰ্যালয়ত আক্ৰাছুই উত্তোলন কৰিলে কলা পতাকা । পাগলাহাট গাওঁ পঞ্চায়ত আৰু পাগলাহাট পৰিদৰ্শন বঙলা কাৰ্যালয়তো উৰিল কলা পতাকা । পাগলাহাট আৰক্ষীয়ে কাৰ্যালয় সমূহৰ পৰা নমাই নিয়ে কলা পতাকা সমূহ । ১৯৪৯ চনৰ ২৮ আগষ্টত তদানীন্তন কোচ ৰজাৰ সৈতে ভাৰত চৰকাৰৰ হৈছিল মাৰ্জাৰ চুক্তি ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!