This browser does not support the video element.
ডবকাৰ মাদাৰতলিত মাৰপিটৰ ঘটনা,সৰু কাজিয়ায় ললে ভয়ংকৰ মাৰপিটৰ ঘটনাৰ,ডবকা থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ
Doboka, Hojai | Sep 6, 2025
ডবকাৰ মাদাৰতলিত মাৰপিটৰ ঘটনা।সৰু কাজিয়ায় ললে ভয়ংকৰ মাৰপিটৰ ঘটনাৰ।সৰু লৰা-ছোৱালীয়ে স্কুলত কৰিছিল কাজিয়া।সেই বিষয়ে নুৰজাহান নামৰ মহিলা গৰাকীয়ে দিবলৈ গৈছিল বিচাৰ।বিচাৰ দিবলৈ যোৱা মহিলা গৰাকীক মাৰপিট কৰাৰ অভিযোগ ৫/৬জন লোকৰ বিৰুদ্ধে।ঘটনা সন্ধৰ্ভত শনিবাৰে দিনৰ ১২বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগী মহিলা গৰাকীৰ।ইতিমধ্যে ঘটনা সন্ধৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ডবকা থানাত দাখিল কৰে এজাহাৰ।আইনৰ কাষ চাপি উচিত ন্যায়ৰ দাবী ভুক্তভোগী মহিলা গৰাকীৰ।