Download Now Banner

This browser does not support the video element.

ধিং: '২০২৬ চনত বিজেপি, এআইইউডিএফক ব্ৰহ্মপুত্ৰত পেলাই দিম', ধিঙত ডুমডুমীয়া নতুন বজাৰ খেলপথাৰত বিধায়ক অখিল গগৈৰ মন্তব্য

Dhing, Nagaon | Nov 8, 2024
২০২৬ চনত বিজেপি,AIUDFদলক ব্ৰক্ষ্মপুত্ৰত পেলাই দিব শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ধিঙত ডুমডুমীয়া নতুন বজাৰ খেল পথাৰত অনুষ্ঠিত ৰাইজৰ দলৰ গণ সমাবেশত মন্তব্য আগবঢ়ায় বিধায়ক অখিল গগৈয়ে।হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় গণ সমাবেশ।উপ নির্বাচনক লৈ বিধায়ক অখিল গগৈৰ মন্তব্য- চামগুৰি বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মজত তুমুল যুদ্ধ হব কিন্তু শেষত চাৰিৰ পৰা পাঁচ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি হাৰিব কাৰণ চামগুৰি সমষ্টিত সংখ্যালঘু ভোটাৰ ২৫ হেজাৰ ভোট অধিক আছে।বিজেপিৰ টক
Read More News
T & CPrivacy PolicyContact Us