Download Now Banner

This browser does not support the video element.

বজালী ভাগ: মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ কাৰ্যালয় আৰু ভোজনালয় নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Aug 24, 2025
মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ কাৰ্যালয় আৰু ভোজনালয় নিৰ্মাণ কামৰ ৰবিবাৰে আধাৰশিলা স্থাপন কৰা হয় । মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ কাৰ্যালয় আৰু ভোজনালয় নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া প্ৰকল্প দুটিৰ নিৰ্মাণ কাৰ্যৰ বাবে মন্ত্ৰী গৰাকীয়ে ১০ লাখ টকাৰ অনুদান আগবঢ়ায় ৷ উক্ত শুভাৰম্ভণি কাৰ্যসূচীত মন্ত্ৰী গৰাকীৰ লগতে মাখিবাহাৰ বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us