This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাত চলি থকা অবৈধ কাঠ ফলা মেলক লৈ হাটশিঙিমাৰীত জিলা আমছুৰ প্ৰতিক্ৰিয়া
Mankachar, South Salmara-Mankachar | Sep 3, 2025
বুধবাৰে আবেলি ৫ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাখনত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ ভাবে চলি থকা কাঠফলা মেলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা আমছুৰ সাধাৰণ সম্পাদক সম্পাদক মমিনুৰ ইছলামে উল্লেখ্য যে জিলাখনত প্ৰায় অৰ্ধশতাধিক অবৈধ কাঠফলা মিল চলি থকাৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰে বিৰুদ্ধে।জিলাখনত বন বিভাগৰ নাকৰ তলেৰে বিভিন্ন ঠাইত চলি আছে প্ৰায় অৰ্ধ শতাধিক কাঠমেল।