Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ৰৌমাৰী গণেশ মন্দিৰত পূজা-অৰ্চনা কৰি ৰাইজৰ মংগল কামনা কৰে বিটিআৰৰ ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে

Udalguri, Udalguri | Aug 27, 2025
আজিৰ দিনটোতে সমগ্ৰ দেশতে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয়।সেই অনুসৰি ওদালগুৰি জিলাৰ ৰৌমাৰী গণেশ মন্দিৰত দিনযোৰা কাৰ্য্যসূচীৰে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয়। উক্ত গণেশ চতুৰ্থী উৎসৱ আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি বাবা গণেশৰ পূজা অৰ্চনা কৰাৰ লগতে উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিআৰৰ ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে। আনহাতে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us