Download Now Banner

This browser does not support the video element.

নগাঁও: কামপুৰত কামপুৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,কামপুৰ বৰুৱাবালিৰ পৰা ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ

Nagaon, Nagaon | Oct 6, 2025
কামপুৰত কামপুৰ আৰক্ষীৰ অভিযান। বিশেষ সূত্ৰৰ পম খেদি কামপুৰ বৰুৱাবালিৰ পৰা ড্ৰাগছ সহ এজনক আটক।আটকাধীন লোকজন জাগীৰোড চেগুনবাৰীৰ মুজামিল আলি। ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ছয়টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ জব্দ কৰে।বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
Read More News
T & CPrivacy PolicyContact Us