Download Now Banner

This browser does not support the video element.

লক্ষীপুৰ: সাৰা পাৰা আৰু নিচিন্তাত শালি ধানৰ খেতিত পোকৰ আক্ৰমণ হোৱা খেতি পথাৰ পৰিদৰ্শন কৃষি পৰিদৰ্শকৰ

Lakhipur, Goalpara | Aug 24, 2025
সাৰা পাৰা আৰু নিচিন্তাত শালি ধানৰ খেতিত পোকৰ আক্ৰমণ হোৱা খেতি পথাৰ পৰিদৰ্শন কৃষি পৰিদৰ্শকৰ। গোৱালপাৰা কৃষি বিভাগৰ সহকাৰী কৃষি পৰিদৰ্শক আতোৱাৰ ৰহমানে সাৰাপাৰা আৰু নিচিন্তাত কৃষি পথাৰত পোকৰ আক্ৰমণ ৰ বিষয়ে অৱগত হৈ উক্ত অঞ্চল পৰিদৰ্শন কৰে।আজিৰ পৰিদৰ্শন কালত সহযোগ কৰে বৰদামাল গাওঁ পঞ্চায়তৰ সভাপতি সঞ্জয় কুমাৰ ৰাভা, স্থানীয় গাওঁ পঞ্চায়তৰ সদস্য খনিন্দ্ৰ ৰাভা আৰু খেতিয়ক ৰাইজ। খেতি পথাৰ পৰিদৰ্শন কৰে সহকাৰী কৃষি পৰিদৰ্শক আতোৱাৰ ৰহমানে।
Read More News
T & CPrivacy PolicyContact Us