Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: চিৰাং জিলাৰ তিনিটা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল,কাজলগাঁৱত জনালে মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্মই
India | Sep 1, 2025
চিৰাঙৰ কাজলগাঁও আয়ুক্ত কাৰ্যালয়ত ১৩ নং চিৰাং সমষ্টিৰ ছাইখং বসুমতাৰী,১৪ নং চিৰাং দোৱাৰ সমষ্টিৰ খাম্মা বৰগয়াৰী আৰু ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই আজি মনোনয়ন পত্ৰ দাখিল কৰে, আজিৰ এই মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম সহ কেইবা শহশ্ৰাধিক দলীয় বিষয় ববিয়াই সংগ প্ৰদান কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!