Install App
bpranjal752
This browser does not support the video element.
নগাঁও: বটদ্ৰৱা ধনীয়াভেটি সংযোগী গড়কাপ্তানী পথৰ দাঁতিত উদ্ধাৰ এটা অচিনাক্ত যুৱকৰ মৃতদেহ, আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
Nagaon, Nagaon | Aug 23, 2025
বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা।বটদ্ৰৱা ধনীয়াভেটি সংযোগী গড়কাপ্তানী পথৰ দাঁতিত শনিবাৰে পুৱা প্ৰায় ৮ মান বজাত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত ব্যক্তিৰ মৃতদেহ ৷স্থানীয় লোকে সন্দেহ কৰা মতে লোকজনক দূৰ্বিত্বই হত্যা কৰি পথৰ কাষত পেলাই থৈ যায়। পুৱাই অচিনাকি ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলত চাঞ্চল্যকৰ সৃষ্টি কৰিছে।ইফালে ঘটনাস্থলিত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!