Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজিও অব্যাহত আছে HIV AIDS ৰ বাবে সজাগতা সভা ,সুখচৰ আৰু ঢাকুৱামাৰীত চলায় সজাগতা সভা

Mankachar, South Salmara-Mankachar | Aug 25, 2025
সোমবাৰে দিনৰ ২:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজিও অব্যাহত আছে HIV AIDS ৰ বাবে সজাগতা সভা। উল্লেখ্য যে HIV AIDS ৰ দ্ৰাৰা আক্ৰান্ত নক্ষোৱাৰ বাবে ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে ইতিমধ্যে জিলা খনৰ বিভিন্ন ঠাইত আৰাম্ভ কৰিছে AIDS ৰ ওপৰত সজাগতা সভা। সমান্তৰালকৈ আজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰে সজাগতা সভা।
Read More News
T & CPrivacy PolicyContact Us