Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: সৃজনগ্ৰামত ৰাইজৰ দলৰ বিশাল গণ সমাবেশ,উপস্থিত অখিল গগৈ

Srijangram, Bongaigaon | Sep 7, 2025
সৃজনগ্ৰামত ৰাইজৰ দলৰ বিশাল গণ সমাবেশ আৰু যোগদান সভা অনুষ্ঠিত কৰা হয়। আজিৰ এই যোগদান সভাত উপস্থিত থাকে ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।
Read More News
T & CPrivacy PolicyContact Us