This browser does not support the video element.
দুধনৈ: ধূপধৰাৰ খুটাবাৰী বৃন্দাবন নামঘৰ প্ৰাঙ্গণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Dudhnai, Goalpara | Oct 1, 2025
ধূপধৰাৰ খুটাবাৰী বৃন্দাবন নামঘৰ প্ৰাঙ্গণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অসমীয়াৰ হিয়াৰ আমঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য জুৰি শোকত ম্ৰিয়মান হৈ পৰিছে। শোক স্তব্ধ ৰাজ্য খনত নাই দুৰ্গাপূজাৰ উচাহ উদ্দীপনা। আজি গোৱালপাৰা জিলাৰ ধুপধৰাৰ খুটাবাৰী বৃন্দাবন নামঘৰ প্ৰাঙ্গনত প্ৰয়াত শিল্পী গৰাকীৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়।