Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: কেন্দ্ৰীয় গৃহ বিভাগৰ অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত উত্তাল প্ৰতিবাদ
Sibsagar, Sivasagar | Sep 4, 2025
কেন্দ্ৰীয় গৃহ বিভাগৰ অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত উত্তাল প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আৱেদনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰোধিতাৰে নগৰৰ মাজমজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত জনগোষ্ঠীয় সংগঠনৰ। অনুসূচিত জাতি ছাত্ৰ সন্থা, আহোম সেনাকে আদি কৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ দাহ কৰে অধিসূচনা জাৰি কৰাৰ প্ৰতিলিপি।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!