Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিগাঁও সমষ্টিৰ অন্তৰ্গত পাঁচটা স্থানত ১১ কোটি ২৫ লাখ টকাৰ পাঁচটা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে

Marigaon, Morigaon | Aug 21, 2025
আজি মৰিগাঁও সমষ্টিৰ অন্তৰ্গত মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মান আঁচনিৰ অধীনত মুঠ ১১,২৫,০০,০০০ টকাৰে নিৰ্মান হবলগীয়া পাঁচটাকৈ পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিধায়ক জনে আধাৰশিলা স্থাপন কৰা পথকেইটা ক্ৰমে মৰিগাঁও কলেজৰ পৰা গছবাৰী হৈ ময়নগুৰিলৈ, লাউভূৰুঙ্গা পাত্ৰবড়ি পথৰ পৰা গড়াপাৰ জে.জি.কে.পি হৈ শান্তিপুৰলৈ, জৰিবৰ বেচামাৰীৰ পৰা বৰডুবা পাঁচআলি হৈ ভকুৱামাৰী কুঁহিবৰি লৈ, বৰুণগুৰিৰ পৰা ভূঙ্গাপাৰা তিনিআলি লৈ আৰু আঁহতগুৰি চুবুৰীৰ পৰা শালমাৰা ..
Read More News
T & CPrivacy PolicyContact Us