Download Now Banner

This browser does not support the video element.

চাৰিদুৱাৰ: ঢেকীয়াজুলি পৌৰসভাৰ ৬ নং ৱাৰ্ডত থকা শ্ৰীশ্ৰী শনি মন্দিৰত শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি দিৱসৰ অনুষ্ঠান

Chariduar, Sonitpur | Aug 23, 2025
ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত থকা শ্ৰীশ্ৰী শনি মন্দিৰত শনিবাৰে পুৱা ৭ বজাৰ পৰা শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি দিৱসৰ অনুষ্ঠান ৷ উল্লেখ্য যে অপশক্তিৰ বিনাশ কৰি বিশ্ব শান্তিৰ কামনাৰে ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী শনি মন্দিৰত এইবেলি পুন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি দিৱসৰ অনুষ্ঠান ৷ কঠোৰ নিয়মনীতিৰ মাধ্যমেৰে আজি পুৱাৰে পৰা শুভাৰম্ভণি কৰা হৈছে শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি দিৱসৰ অনুষ্ঠান ৷
Read More News
T & CPrivacy PolicyContact Us