Download Now Banner

This browser does not support the video element.

মৰিগাঁও: পছতীয়াত টম টমত ছাগলী লৈ উধাও হোৱা দুই চোৰক ৰাইজে ধৰি গতালে আৰক্ষীক

Marigaon, Morigaon | Sep 11, 2025
পছতীয়াৰ জোন কাকতি নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা এজনী ছাগলী নম্বৰ বিহীন এখন টমটমত উঠাই উধাও হৈছিল।চুৰি কৰা সমগ্ৰ ঘটনা বন্দি হৈছিল CCTV কেমেৰাত বেচেৰা চোৰ দুয়োটাৰে দশা বেয়া আছিল বাবেই পুনৰাই সেইফালেদি আহোতে গৃহস্থই ধৰি সোধপোচ কৰাত ছাগলী জনী চোৰ কৰা বুলি স্বীকাৰ কৰে।ৰাইজে উত্তম মাধ্যম দি ড্ৰাগছ আসক্ত ৰাহুল আলী আৰু বাবু আলী নামৰ চোৰ দুটাক আৰক্ষীক চমজায় দিয়ে।
Read More News
T & CPrivacy PolicyContact Us