Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ধৰ্মশালাত আঞ্চলিক ক্লাৱৰ উদ্যোগত ফুটবল খেলৰ শুভাৰম্ভ অনুষ্ঠান

Dhubri Part, Dhubri | Aug 10, 2025
ধুবুৰী ধৰ্মশালা ঈদগাহ ময়দানত ফুটবল টুৰ্নামেণ্টৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। খেলখনৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মশালা সমবায়সমিতিৰ সভাপতি আবু বক্কৰ ছিদ্দীক। এই শুভাৰম্ভ অনুষ্ঠানত ধুবুৰী আৰু ধৰ্মশালা অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে ক্লাৱ খনৰ সভাপতি,সম্পাদক আৰু সদস্য সকলৰ উপস্থিতিত এই খেলৰ শুভাৰম্ভ কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us