This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত গোৰ্খা জনগোষ্ঠীয় তীজ সমাৰোহ অনুষ্ঠিত
Margherita, Tinsukia | Sep 7, 2025
দেওবাৰে মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত গোৰ্খা জনগোষ্ঠীয় তীজ সমাৰোহ অনুষ্ঠিত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মাৰ্ঘেৰিটাৰ ইণ্ডিয়ান ক্লাৱত এদিনীয়া কাৰ্য্যসূচীৰে উলহ-মালহেৰে তীজ উৎসৱ উদযাপনৰ কৰা হয়।মাৰ্ঘেৰিটাৰ গোৰ্খা মহিলা সমিতি অসম মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীয়ে তীজ উৎযাপনৰ কৰে। উদযাপন সমিতিয়ে বিয়লি প্রায় ৩ বজাত পৰৱৰ্ত্তী কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতিৰ কামনা কৰিছে ।