This browser does not support the video element.
তিনিচুকীয়া: মাকুমত নাৰী মুক্তি সংগ্ৰাম সমিতি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত
Tinsukia, Tinsukia | Sep 13, 2025
শনিবাৰে বিয়লি প্ৰায় ৩ বজাত মাকুমস্থিত বনমালী সাহিত্য সভা ভৱনৰ প্ৰাংগণত নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । আজিৰ সভা স্থলীৰ পৰাই মাইক্ৰফাইনেন্স ঋণ ৰেহাই প্ৰদানৰ দাবীত ধাৰাবাহিক সংগ্ৰাম খনত সহায় সহযোগিতা কৰা চক্ৰ বিষয়া পুলিচ প্ৰশাসনৰ বিষয় ববীয়া সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে ।