Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত বিত্ত বিভাগৰ মন্ত্রীৰ পৰ্যালোচনা বৈঠক‌ত অংশগ্ৰহণ মানকাচৰৰ বিধায়ক,জিলা আয়ুক্ত,মানকাচৰৰ প্ৰাক্তন বিধায়ক

Mankachar, South Salmara-Mankachar | Aug 24, 2025
ৰবিবাৰে দিনৰ ২:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ শিশু আৰু মহিলা উন্নয়ন তথা বিত্ত বিভাগৰ মন্ত্রী অজন্তা নেওগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম,জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস, অতিৰিক্ত আয়ুক্ত ৰিপন জ্যোতি‌ নাথ ।
Read More News
T & CPrivacy PolicyContact Us