Download Now Banner

This browser does not support the video element.

নগাঁও: বৰ-ৰাইডঙীয়াত চুৰিকাণ্ডৰ ঘটনা, চোৰে লৈ গ'ল তিনিজনী গাইগৰু, ভুক্তভোগীৰ মন্তব্য

Nagaon, Nagaon | Aug 3, 2025
নগাঁৱৰ বৰ-ৰাইডঙীয়াত চুৰি কাণ্ডৰ ঘটনা,চোৰে লৈ গ'ল তিনিজনী গাইগৰু।ৰোহিত ভূঞা নামৰ ব্যাক্তি গৰাকীৰ গোঁহালীৰ পৰা চুৰে চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী চি চি টিভি কেমেৰাত ।তিনিজন যুৱকে নিশা গোঁহালীত প্ৰবেশ কৰি লৈ গ'ল তিনিজনী গাইগৰু ।ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।ড্ৰাগছ আসক্ত ব্যক্তিয়ে এই চুৰি কাণ্ড সংঘটিত কৰাৰ সন্দেহ ভুক্তভোগী পৰিয়ালৰ।
Read More News
T & CPrivacy PolicyContact Us